← ফুৰি যাওক

দশগ্ৰীব

daśagrība

অৰ্থ

1.

ৰাবণ; দশানন; যেনে-"মাৰি দশগ্ৰীব জনকৰ জীব" (গুণমালা)।

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

দশগ্ৰীব · অসমীয়া অভিধান