দশকৰ্ম্ম
daśakarmma
অৰ্থ
1.
2.
দহা অৰ্থাৎ মৱত্যুৰ দশম দিনত কৰা শাস্ত্ৰীয় কৰ্ম্ম; যেনে-"দশ পিণ্ড দিলন্ত আবৰ দশকৰ্ম্ম। ত্ৰিদশা কৰিলা যতেক কুলধৰ্ম্ম" (মা. ক., অযোধ্যাকাণ্ড)
obsequial rite performed on the 10th day of death
বি.
সমাৰ্থক শব্দ
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ