← ফুৰি যাওক

দশক

daśaka

অৰ্থ

1.

এটাতকৈ বেচি অঙ্ক থকা সংখ্যাৰ বাওঁফালৰ দ্বিতীয় অঙ্ক

the tenth place

বি.

2.

দহোটা সংখ্যাৰ সমষ্টি

collection of ten figures

বি.

3.

দহ বছৰৰ সমষ্টি

a decade

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

দশক · অসমীয়া অভিধান