← ফুৰি যাওক

দল-কচু

dala-kacu

অৰ্থ

1.

পানীৰ দাঁতিত হোবা দীঘল লতিৰ এবিধ কচু

a kind of arum

বি.

2.

চিৰা তৈয়াৰ কৰাৰ এবিধ ধান

a kind of paddy

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

দল-কচু · অসমীয়া অভিধান