← ফুৰি যাওক

দল

dala

অৰ্থ

1.

পানীত বগাই ওপঙি থকা এবিধ ঘাঁহ

an aquatic grass

বি.

2.

লদা; দ'ম; যেনে-"থাইলেক কৱষ্ণে মাটি এক দল" (কীৰ্ত্তন)।

বি.

3.

সমূহ; সম্প্ৰদায়; সমাজ

a collection of people; a band; a party; a company

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ