← ফুৰি যাওক

দল্

dal

অৰ্থ

1.

মৰ্দ্দন কৰ্; ভাঙ্; ভাঙি-ঠিঙি মোহাৰি পেলা; সমূলি নষ্ট কৰ্

to crush; to destroy totally

সক. ধা.

2.

ঠাল- ঠেঙুলি কাটি পেলা (গছ)

to lop off

সক. ধা.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

দল্ · অসমীয়া অভিধান