← ফুৰি যাওক

দৰা

darā

অৰ্থ

1.

মাছ ধৰা বানৰ পাছফালে পোতা ঠেকা

a prop behind the fence put across a stream to catch fish

বি.

2.

দৰ কৰ্; বেচ সোধা; মূল্য স্হিৰ কৰ্; মোলা; . কৱদ

settle the price

সক. ধা.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

দৰা · অসমীয়া অভিধান