← ফুৰি যাওক

দম্ভ

dambha

অৰ্থ

1.

অহঙ্কাৰ; দৰ্প

pride; arrogance; ostentation

বি.

2.

এজন মহা দাম্ভিক ৰজা; যেনে-"দম্ভ নামে দুৰাচাৰ ধূমকেতু গোট" (উদ্যোগপৰ্ব্ব)

the name of a king

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ