দবা দি ধৰ্
dabā, di, dhar
অৰ্থ
1.
হঠাৎ বলেৰে গবা মাৰি ধৰ্
to seize suddenly with force
2.
কোনো প্ৰমাণ নোলোবাকৈ বলেৰে দোষাৰোপ কৰ্; চাৰ মাৰি ধৰ্
to accuse or impugn arbitrarily without any evidence
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ