দবনি পিট্
dabani, piṭ
অৰ্থ
1.
দগৰি পিট্; দবা পিটা বা কোবোবাৰ দৰে বেচিকৈ মাৰ-কিল কৰ্; ধুম-ধুপাল কৰ্; ডাবি-হুকি দি; কোনো কাম অধিক পৰিমাণে বা অতিৰিক্তৰূপে কৰ্; যেনে-"দবনি পিটি খা বা গালি পাৰ্"; , ক্ৰি. বিণ. দবনি পিটি; দবনিকৈ।
to eat or thrash excessively; to scold; to do a thing excessively
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ