← ফুৰি যাওক

দবক মাৰ্, দবকা মাৰ্

dabaka, mār, dabakā, mār

অৰ্থ

1.

নাবাঢ়ি-নুটুটি একে ৰকমে থাক্ (পানী, নৰিয়া আদি); . থমক ধৰ্; নগৈ নেমাতি ৰৈ থাক্

to remain wihtout increase or decrease as water or disease ; to remain motionless or silent

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

দবক মাৰ্, দবকা মাৰ্ · অসমীয়া অভিধান