← ফুৰি যাওক

দপাল্

dapāl

অৰ্থ

1.

ডাবি দি; দপ্দপা; মহতালি দেখুবাই দমাবলৈ চেষ্টা কৰ্; গালি-শপনি পাৰ্

to bluster; to revile loudly

সক. ধা.

2.

ওপৰত উঠি ভৰিৰে খচ্ বা মোহাৰ্

to trample

সক. ধা.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

দপাল্ · অসমীয়া অভিধান