← ফুৰি যাওক

দপ্দপা

অৰ্থ

1.

দপ্দপ্ শব্দ কৰ্।

অক. ধা.

2.

বৰ কথা কৈ অহঙ্কাৰ বা ক্ষমতা প্ৰকাশ কৰ্

to bluster; to bully

অক. ধা.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

দপ্দপা · অসমীয়া অভিধান