দন
dana
অৰ্থ
1.
আঁৰকাপোৰ, জাল আদি দাঙি ধৰি থাকিবৰ কাৰণে লগোবা দীঘল জৰী
a long rope on which a net or a screen is fitted up or stretched
বি.
2.
আঠুবাৰ চাল আৰু বেৰৰ কাপোৰ সি আঠুবা তৈয়াৰ কৰা জৰী।
বি.
3.
বৰতি
a thong; a strap
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ