← ফুৰি যাওক

দড়দড়ি

daṛadaṛi

অৰ্থ

1.

ভয় বা কোনো কাৰণত উধাতু খাই বেগাই বেগাই যোবা; যেনে-"ফোঁপাই আসে দড়দড়ি" (শ্ৰীৰাম-কীৰ্ত্তন)

swiftly

ক্ৰি. বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

দড়দড়ি · অসমীয়া অভিধান