← ফুৰি যাওকথোল-গোলthola-golaঅৰ্থ1.গলিয়ন; সিজি বা পকি কোমল হোবাsoftবিণ.সমাৰ্থক শব্দথোল-গুলীয়া · thola-gulīẏā2.পূৰঠ, ঘূৰণীয়াround and softবিণ.সমাৰ্থক শব্দথোল-গুলীয়া · thola-gulīẏāউৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ