← ফুৰি যাওক

থোপোৰা লাগি থাক্

অৰ্থ

1.

কোনো কামত নলগা বা ব্যবহাৰ নোহোবা হৈ পৰি থাক্

to lie useless

2.

কেবে নিনিয়া বা নিবিচৰা হৈ থাক্

to remain unsought for

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

থোপোৰা লাগি থাক্ · অসমীয়া অভিধান