থোতা
thotā
অৰ্থ
1.
খোকোজা লগাই কথা কোবা; খোনা
stammering
বিণ.
2.
পঢ়োঁতে বা কওঁতে গৰ্গৰীয়া বা স্পষ্টকৈ উচ্চাৰণ কৰিব নোবৰা অবস্হা
stammering; inability to pronounce a word easily and flowingly
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ