← ফুৰি যাওক

থোকা-থুকি

thokā-thuki

অৰ্থ

1.

ভালকৈ নুফুটা; গৰ্গৰীয়া হৈ নোলোবা; ওলাওঁতে ডিঙিত বা ওঁঠত ঘঁহনি খাই বা ঠেকা লাগি ওলোবা

faltering; indistincly pronounced; imperfectly articulated

বিণ.

2.

তোপা পতা; থোপা খোবা; গোট খাই একেলগ বা ঠেকা-ঠেকি হোবা (কাপোৰৰ সূতা)

contracted, as the threads of a cloth

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ