থোকা
thokā
অৰ্থ
1.
থোপা; জোটা; একেডাল ঠাৰিতে থোপা পাতি লগা ফল বা গুটিৰ থোকা বা সমূহ; . বি. (সৰু থোক বুজাবলে) থুকি।
a cluster; a bunch
বি.
সমাৰ্থক শব্দ
2.
জাক পাতি কমোবা মাছ; . বিণ. থোকেৰে থকা; থোকৰপৰা নিছিঙা; যেনে-"থোকা তামোল; "
fish swimming in shoals ; in cluster or bunch
বি.
সমাৰ্থক শব্দ
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ