← ফুৰি যাওকথৈকাৰthaikāraঅৰ্থ1.থেকেৰা; যেনে-"মূৰ দিয়া বান্ধিলেক থৈকাৰ অম্বল" (পদ্ম-পুৰাণ)।বি.সমাৰ্থক শব্দথৈকৰা · thaikarāউৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ