← ফুৰি যাওক

থেপথেপীয়া

thepathepīẏā

অৰ্থ

1.

লেপথেপীয়া; কোমল আৰু ঘন; যোকাৰ নিচিনা; লেপলেপীয়া

to the consistency of mud; paste-like

বিণ.

2.

গাত গা লগা; বৰ ঘনকৈ লিখা (আখৰ)

closely or thickly written

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ