থুৰীয়া
thurīẏā
অৰ্থ
1.
তিৰোতাৰ কাণত পিন্ধা গোটা, দীঘলীয়া অলঙ্কাৰ
a kind of ear ornament
বি.
2.
ম'হৰ গাখীৰ খীৰোবা কঁৰীয়া
glass or receptacle made of the hollow joint of bamboo and used while milking a buffalo
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ