← ফুৰি যাওক

থুৰিয়া

thuriẏā

অৰ্থ

1.

ভিতৰত কটা তামোল আদি ভৰাই পাণৰ থুৰি সাজ্

to roll up a betel-leaf with betelnut, lime, etc., placed inside

সক. ধা.

2.

ঘন ঘনকৈ মুঠিয়াই থোৰ কৰ্; যেনে-"চুৰিয়াখন থুৰিয়াই পিন্ধ্।" কৱদ.

সক. ধা.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ