← ফুৰি যাওক

থুথৰি

thuthari

অৰ্থ

1.

(বয়সলৈকে) দৰা নোপোবাত আবিয়ৈ হৈ থকা

not sought after in marriage

বিণ.

2.

ব'ব-কাটিৰ নজনা; অকাজী; অকামিলা

unskilled in spinning and weaving; stupid

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ