← ফুৰি যাওক

থুকুচ্

thukuc

অৰ্থ

1.

হাতেৰে খচি ধো; হাতেৰে খামোচ মাৰি লাহে লাহে পীৰা আদিত থেকেচি ধো (কাপোৰ)

to wash cloth by striking gently with the hands

সক. ধা.

2.

টাহ্; সৰু সৰুকৈ কুট্

to chip; to mince

সক. ধা.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ