← ফুৰি যাওক

থিয়

thiẏa

অৰ্থ

1.

ঠাইতে গৰা; হেলনীয়া নহৈ পোনে পোনে ওখ হোবা

steep; precipitious

বিণ.

2.

ঠিক পোন হৈ ওপৰলৈ উঠা

perpendicular

বিণ.

3.

পথালি বা কাতি হোবাৰ বিপৰীত; যেনে-"থিয়-চকুবা"

upright

বিণ.

4.

শুই বা বহি নথকা

standing

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ