থাক্
thāk
অৰ্থ
1.
বাস কৰ্
to reside
অক. ধা.
2.
ৰ
to stop
অক. ধা.
3.
জীয়াই থাক্
to live
অক. ধা.
4.
উপস্হিত হ; যেনে-"কামৰ সময়ত তেওঁ নাথাকে"
to be present
অক. ধা.
5.
এৰা পৰ্; বাকী ৰ; যেনে-"এটা কথা ক'বলৈ থাকিল"
to remain
অক. ধা.
6.
কোনো কাম ক্ৰমান্বয়ে কৰ্; যেনে-"কৈ থাক; গৈ থাক"
to do any work continually
অক. ধা.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ