← ফুৰি যাওক

থাউনি পা

অৰ্থ

1.

তল নোযোবাকৈ ভৰিৰে পানীৰ তলৰ মাটি ছো; পানীত নুবুৰাকৈ থাক্

to be within one's depth

অক. ধা.

2.

ৰক্ষা পৰ্; বিপদত তল নোযোবাকৈ ৰ

to be saved

অক. ধা.

3.

পানীত তল নোযোবাকৈ ভৰিৰে পানীৰ তলৰ মাটি ছো

to reach the bottom of water with the feet wihtout sinking

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ