থপিয়া
thapiẏā
অৰ্থ
1.
থাপ মাৰ্; চৰাইৰ দৰে অকস্মাৎ ওপৰৰপৰা আহি নখেৰে চিকুট মাৰি নি; থাপ মাৰ্
to pounce upon
সক. ধা.
2.
থপৰিয়া; বি. থপিয়া-থপি এটাই আনটোক বা পৰস্পৰক থাপ মৰা কাৰ্য্য; এটাৰ পাছত আনটোবে কোনো বস্ত্তৰ ওপৰত থাপ মৰা কাৰ্য্য
the act of pouncing upon one another or upon a thing, one after another
সক. ধা.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ