← ফুৰি যাওক

থকা-সৰকা

thakā-sarakā

অৰ্থ

1.

মাজে মাজে বিন্ধা থকা আৰু মাজে মাজে বিন্ধা নথকা; অনেক ফুটা বা বিন্ধা-যুক্ত

full of holes

বিণ.

2.

বহুত ঠাইত ঘা লগা

full of cuts; hacked; mangled

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ