← ফুৰি যাওক

থকা-থমকা

thakā-thamakā

অৰ্থ

1.

বি, কৰি থাকোঁতে বা গৈ থাকোঁতে থমক খাই ৰোবা কাৰ্য্য; হোঁহকা-উজোবা কৰা কাৰ্য্য

the act of frequently stopping or stepping back in the course of advancing

সমাৰ্থক শব্দ

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

থকা-থমকা · অসমীয়া অভিধান