তৌতৌবা
অৰ্থ
1.
অতি তপত হ; যেনে-"জ্বৰে তৌতৌবাইছে"।
অক. ধা.
2.
অতি তাপ-যুক্ত; যেনে-"তৌতৌবা জ্বৰ বা ৰ'দ।"
বিণ.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ
অতি তপত হ; যেনে-"জ্বৰে তৌতৌবাইছে"।
অক. ধা.
অতি তাপ-যুক্ত; যেনে-"তৌতৌবা জ্বৰ বা ৰ'দ।"
বিণ.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ