তোষ্
toṣ
অৰ্থ
1.
সন্ত্তষ্ট কৰ্
to please; to satisfy
সক. ধা.
2.
সন্তোষ; যেনে-"এতেকে ভকতি হৰি-তোষৰ কাৰণ" (ৰত্নাবলী)
satisfaction
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ
toṣ
সন্ত্তষ্ট কৰ্
to please; to satisfy
সক. ধা.
সন্তোষ; যেনে-"এতেকে ভকতি হৰি-তোষৰ কাৰণ" (ৰত্নাবলী)
satisfaction
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ