← ফুৰি যাওক

তাসনে

tāsane

অৰ্থ

1.

তাৰ সঙ্গে; তাৰ সৈতে; যেনে-"বৈৰী কাম কোৰোধ মদ মৎসৰ তাসনে ৰতি মতিহীনা" (বৰগীত)।

ক্ৰি. বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

তাসনে · অসমীয়া অভিধান