← ফুৰি যাওক

তাতো

tāto

অৰ্থ

1.

তাতোকৈ; তাতকৈও

even; over that

ক্ৰি. বিণ.

2.

তেনে কৰা সত্ত্বেও; তথাপিও

in spite of that

ক্ৰি. বিণ.

3.

তিমানতো; তেনে অবস্হাতো

even under those circumstances

ক্ৰি. বিণ.

4.

সেই ঠাইতো

even at that place

ক্ৰি. বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ