তাড্
tāḍ
অৰ্থ
1.
টাহ্; ঠাহ্; হেঁচি বা খুন্দি সুমা
to press or ram down
সক. ধা.
2.
তাঁতৰ বাণিৰ সূতা খাঁজি বা টাহি ব
to weave by pressing the warp too much
সক. ধা.
3.
(পু. অ.) কোবাই খেদা; যেনে-"অনন্তৰে বীৰ অক্ৰুৰে চাবুকে তাড়িল চাৰি ঘোড়াক" (দশম)
to drive by lashing or striking
সক. ধা.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ