← ফুৰি যাওক

-তলি

-tali

অৰ্থ

1.

খেতি কৰা মাটি (যি শস্যৰ খেতি হয় তাৰ নামৰ পাছত থাকে); যেনে-"আহু-তলি"

land where a crop is cultivated

বি.

2.

খোলা; যেনে-বিহু-তলি

a place, a field

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

-তলি · অসমীয়া অভিধান