← ফুৰি যাওক

তলি-উদং

অৰ্থ

1.

তলা-উদি; বি. তলিচা তলচা; বিণ. তলিয়ৰি তলত থকা

remaining at the bottom, sediments

বিণ.

2.

পিন্ধা কাপোৰৰ ভিতৰ ফালে লগোবা কাপোৰ

the lining of a garment

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

তলি-উদং · অসমীয়া অভিধান