← ফুৰি যাওক

তলাতল

talātala

অৰ্থ

1.

পাতাল; পুৰাণমতে সাতখন পাতালৰ এখন [অনাদি-পাতনমতে সাতখন পাতালৰ এখনৰ নাম অতল।]

one of the seven regions below the earth

বি.

2.

এখলপৰ ওপৰত ওখলপ কৰি সজা; অনেক খলপ থকা

consisting of several storeys, as a house

বিণ.

সমাৰ্থক শব্দ

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

তলাতল · অসমীয়া অভিধান