← ফুৰি যাওক

তৰ্ক্

tark

অৰ্থ

1.

চকুৰে মন্

to discern with the eye

সক. ধা.

2.

বুজ্; মনেৰে ধৰ্; সম্ভেদ ল

to comprehend

সক. ধা.

3.

গম্; বিবেচনা কৰি দেখ্

to consider

সক. ধা.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

তৰ্ক্ · অসমীয়া অভিধান