← ফুৰি যাওক

তৰাস্

tarās

অৰ্থ

1.

ভয় পা

অক. ধা.

2.

ত্ৰাস; ভয়। যেনে-"মনত তৰাস ভৈল বিহ্বলচৰিত" (মা. ক., অৰণ্যকাণ্ড); বিণ. তৰাসী ত্ৰাস-যুক্ত; য়েনে-"সকলোবে লঙ্কা বেড়ি ৰিঙ্গ দিলা ৰাক্ষস ভৈল তৰাসী" (মা. ক., সুন্দৰাকাণ্ড)।

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

তৰাস্ · অসমীয়া অভিধান