তৰা
tarā
অৰ্থ
1.
নক্ষত্ৰ
a star
বি.
2.
প্ৰায় দ ঠাইত হোবা, দীঘল দীঘল বৌখা আৰু মূৰত দীঘলীয়া পাত থকা এবিধ বন-গছ [ইয়াৰ বৌখাবিলাক ছিৰি, শুকুবাযই তাৰে পঘা, জৰী আদি বাটে; ব'হাগ-বিহুত ইয়াৰ নতুন পঘা গৰুক দিয়াটো পুৰণি ৰীতি।]
the wild cardamom; Alpinia allughas
বি.
3.
উদ্ধাৰ কৰ্; মুক্তি দি; ৰক্ষা কৰ্; নিস্তাৰ কৰ্; . কৱদ
to save; to deliver; to give salvation to
সক. ধা.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ