← ফুৰি যাওক

তৰস্

taras

অৰ্থ

1.

ত্ৰাস লাগ্; ভয় পা; যেনে-"ভয়ে আতি খৰধৰ গ্ৰহ তাৰা তৰসিল মহা ভয়ে সঞ্চাৰিলা" (বঘাসুৰ)।

অক. ধা.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

তৰস্ · অসমীয়া অভিধান