← ফুৰি যাওক

তৰতৰাবে

taratarābe

অৰ্থ

1.

থৰথৰকৈ কঁপে; যেনে-"ভকতসবে ৰাম- নাম গাবে। কাল-মায়া ডৰে তৰতৰাবে" (নামঘোষা)।

ক্ৰি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

তৰতৰাবে · অসমীয়া অভিধান