তৰ্
tar
অৰ্থ
1.
উদ্ধাৰ পা; ত্ৰাণ পা; ৰক্ষা পা; সাৰ্
to be saved; to escape
অক. ধা.
2.
নামি আহ্; যেনে-"হতাহতি কৰি তৰিলন্ত শ্ৰীৰাম" (কীৰ্ত্তন)
to descend
অক. ধা.
3.
পাৰ হ
to cross or pass over
অক. ধা.
4.
মেল্; বহলাই বা ফিন্দ্ খুবাই মেল্; মেলি ৰাখ্ বা বান্ধ
to open; to spread as a curtain or net
সক. ধা.
5.
আলচ কৰ্; কৰিবলৈ স্হিৰ কৰ্; যেনে-"এই কথাটি তৰ। আজিয়েই ফুকনক ধৰ" (বৰফুকনৰ গীত)
to settle; to decide
সক. ধা.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ