তত্ত্ব
tattba
অৰ্থ
1.
সত্য; স্বৰূপ; যথাৰ্থতা; . মৰ্ম্ম
reality; truth; fact ; substance
বি.
2.
সাংখ্য দৰ্শনত সৱষ্টিৰ মূল উপাদান পঁচিশটা
twenty-five elements in the process of cosmic evolution according to the Sāṅkhya philosophy
বি.
3.
খা-খবৰ
information
বি.
4.
বিজ্ঞান; দৰ্শন (প্ৰায় আন শব্দৰ লগত); যেনে-ভূ-তত্ত্ব
science; philosophy
বি.
5.
তত
sense; consciousness
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ