তঙ্ক
taṅka
অৰ্থ
1.
অতিপাত খং; যেনে-"ৰাবণৰ তঙ্ক দেখি উঠি তাবক্ষণে। শাস্ত্ৰ-নয় দেখায়া ৰাখিল বিভীষণে" (মা. ক., সুন্দৰাকাণ্ড)
excessive anger
বি.
2.
আতঙ্ক; ত্ৰাস; যেনে-"তোক তঙ্ক দেখাইলেক যিটো বালিৰায়। সিয়ো বীৰ পৰিলা ৰামৰ শৰ খাই" (মা. ক., লঙ্কাকাণ্ড)
terror
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ