← ফুৰি যাওক

ঢৌবা

ḍhaubā

অৰ্থ

1.

ঢৌ তোল্ যেনে-"ৰতাহত নৈয়ে ঢৌবাইছে"

to be agitated with waves, as a river

অক. ধা.

2.

বৰকৈ জনাজাত কৰ্; বৰকৈ প্ৰকাশ কৰ্

to spread or publish widely

সক. ধা.

3.

ৰামুৰে ওফন্দি পানীৰ ওপৰত উঠা টোপোৰ

a bubble

অক. ধা.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ