← ফুৰি যাওক

ঢৌ ফুট্

অৰ্থ

1.

বৰকৈ প্ৰকাশিত হ; ঢৌ উঠ্

to be noised abroad

2.

ঢৌবিলাক ফাটি ফুলৰ নিচিনা হৈ মেল খা।

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ঢৌ ফুট্ · অসমীয়া অভিধান